Friends talking in a café

কামবোৰ সম্পন্ন কৰক, আৰু বেছি কৰক মনোৰঞ্জন কৰক আৰু সংস্পৰ্শত থাকক

Woman using a touch screen on her laptop

কামবোৰ সম্পন্ন কৰক

আপুনি আপোনাৰ ডিভাইচত ছিনক্ৰ'নাইজ কৰিবলৈ প্ৰয়োজন হোৱা সকলোবোৰ ৰাখিবলৈ Microsoft-ৰ সৈতে ছাইন ইন কৰক৷ Office Online, Outlook, Skype, OneNote, OneDrive আৰু অধিকলৈ বিনামূলীয়া প্ৰৱেশাধিকাৰ লাভ কৰক৷

এটা ল’ৰাই তাৰ হাতত কণ্ট্ৰ’লাৰ লৈ লেপটপত Xbox Live প্লে কৰি আছে৷

আৰু বেছি মনোৰঞ্জন কৰক

Xbox Live আৰু Microsoft Store-ত, আপোনাৰ ৰুচীৰ সৈতে ব্যক্তিগতকৃত কৰি থোৱা খিনিৰ সৈতে সৰ্বশ্ৰেষ্ঠ লাভ কৰক৷ আপুনি Microsoft-ৰ সৈতে ছাইন ইন কৰাৰ সময়ত আপোনাৰ প্ৰিয় খেল, এপ্প্‌ছ, সঙ্গীত, চলচিত্ৰ আৰু অধিক সহজে বিচাৰক৷

মহিলা আৰু তেওঁৰ শিশুটোৱে হাঁহি আছে৷

সংস্পৰ্শত থাকক

আপুনি যাৰ লগত কাম কৰে বা খেলে, সেই বেছিকৈ গুৰুত্ব দিয়া সকলৰ সৈতে সংযোজিত হৈ থাকিবলৈ ছাইন ইন কৰক৷ Skype-ৰ সৈতে HD ভিডিঅ' কল আৰু বাৰ্তা বিনিময় কৰক, আৰু Outlook-ৰ সৈতে আপোনাৰ ইনবক্সৰ নিয়ন্ত্ৰণ ৰাখক, সকলো বিনামূল্যে৷

এটা পাহাৰৰ ওপৰলৈ বগাই গৈ থকা এজন মানুহ৷

সহজ আৰু ব্যক্তিগতকৃত

আপোনাৰ গুৰুত্বপূৰ্ণ ফাইলসমূহ সদায়েই নিজৰ হাতত থাকে আৰু আপোনাৰ একাউণ্ট ছেটিংছ আপোনাৰ ডিভাইচসমূহক সামৰি ছিনক্ৰ'নাইজ হয়৷ আপুনি Microsoft-ৰ সৈতে ছাইন ইন কৰাৰ সময়ত বস্তুবোৰ সহজ কৰি ৰাখক৷

এখন ডিনাৰ টেবুলত বহি থকা পৰিয়াল৷

উন্নত নিৰাপত্তা

কেয়াৰ-ফ্ৰি শ্বপিং, উন্নত গোপনীয়তা ছেটিংছ, সক্ৰিয় ক্লাউড বেকআপ আৰু আমাৰ বিশ্ব-মানৰ নিৰাপত্তা উপভোগ কৰক৷

আপুনি আৰম্ভ কৰিবলৈ সাজুনে?

MICROSOFT-ৰ সৈতে ছাইন ইন কৰিবলৈ ইয়াত ক্লিক কৰক

*Microsoft Rewards সকলো মাৰ্কেটত উপলব্ধ হোৱা নাই৷